--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অৱশেষত আৰক্ষীৰ জালত পৰিল পাঞ্জাৱী অভিনেতা দীপ সিদ্ধু৷ গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীৰ ‘ৰেড ফৰ্ট কমপ্লেস্ক’ত হোৱা কৃষকৰ আন্দোলনৰ হিংসাত্মক কাৰ্যত উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় সিদ্ধুক৷

আৰু পঢ়িব পাৰিব : ক’ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল অত্যাধুনিক অস্ত্ৰ ?

দিল্লী আৰক্ষীৰ বিশেষ গোটে গ্ৰেপ্তাৰ কৰিলে সিদ্ধুক৷ গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাৰ পাছৰে আত্মগোপন কৰিছিল সিদ্ধুৱে৷ পলাতক দীপ সিদ্ধু আৰু তিনি অভিযুক্ত বিচাৰি আৰক্ষীয়ে ঘোষণা কৰিছিল এক লাখ টকাৰ পুৰস্কাৰ৷

আৰু পঢ়িব পাৰিব : ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত ৩জন, চিনাক্ত হোৱা নাই মৃতদেহ…

কৃষি আইনৰ বিৰোধিতাৰে দেশৰ বিভিন্ন ৰাজ্যৰ কৃষক প্ৰতিনিধিয়ে ট্ৰেক্টৰ ৰেলী উলিয়াইছিল৷ সেই ৰেলীতে কৃষকক হিংসা বিয়পোৱাত উচতাইছিল দীপ সিদ্ধুৱে৷ যাৰ ফলশ্ৰুতিত কৃষক-আৰক্ষীৰ মাজত হতাহতি হোৱাৰ লগতে বহুকেইজন লোক আহত হয়৷ লগতে ট্ৰেক্টৰ বাগৰি নিহত হয় এজন কৃষক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ