--°C
Loading...
Listen to Article
2 min read
80%

পালাকাড: বৃহস্পতিবাৰে কেৰালাৰ পালাকাদ জিলাৰ এটা কুকুৰা খাদ্য প্ৰকল্পত তেল নিৰ্গমনৰ ফলত অগ্নিনিৰ্বাপক বাহিনীসহ ২০ জন লোক আহত হয়। সন্ধিয়া প্ৰায় ৫ বজাত থিৰুভিজামকুন্নুৰ পাহাৰৰ টিলাত শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছিল। অগ্নিনিৰ্বাপক বাহিনীৰ এজন কৰ্মীসহ ৩জন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, আহত আটাইকেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।


সংবাদ প্ৰতিষ্ঠান পিটিআই-ৰ আগত এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰে যে, ‘এনআৰআই-ৰ মালিকাধীন প্ৰকল্পটোৱে আজি এটা পৰীক্ষণ কাৰ্য চলাইছিল, কিন্তু তেল নিৰ্গমনৰ ফলত প্ৰকল্পটোক জুয়ে বেৰী ধৰে। তেওঁলোকে অগ্নিনিৰ্বাপক বাহিনী বিভাগৰ পৰা সহায় বিচাৰিছিল। অগ্নিনিৰ্বাপক বাহিনীয়েও জুই নিৰ্বাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। কিন্তু তেলভৰ্তি পাত্ৰৰ উত্তাপ মাত্ৰাধিক বৃদ্ধি পোৱাৰ ফলত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয়।’ জানিব পৰা মতে, সম্প্ৰতি আহত আটাইকেইজনৰ অৱস্থা সুস্থিৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ