--°C
Loading...
Listen to Article
2 min read
80%

কাঠমাণ্ডু : বিভিন্ন দেশৰ সীমা অতিক্ৰম কৰি পৃথিৱীৰ সৰ্বোচ্চ শৃংগত এইবাৰ কৰ’না ভাইৰাছ। তথ্য অনুসৰি, নৰ’ৱেৰ এগৰাকী পৰ্বতাৰোহী ক’ভিড পজিটিভ চিনাক্ত হৈছে। ফলত, অন্য পৰ্বতাৰোহীসকলো ক’ভিড পজিটিভ হোৱাৰ আশংকা কৰা হৈছে।

আৰু পঢ়িব পাৰিব: চৌদি আৰবৰ নতুন পাঠ্যক্ৰমত ৰামায়ণ, মহাভাৰত অন্তৰ্ভুক্ত

জানিব পৰা মতে, নৰ’ৱেৰ এই পৰ্বতাৰোহীগৰাকীৰ নাম আৰ্নেল্ড নেছ। সংবাদ সংস্থা AFP-ক পৰ্বতাৰোহীগৰাকীয়ে জনাইছে যে, 'মই কৰোনা আক্ৰান্ত হৈছোঁ। মোৰ স্বাস্থ্য বৰ্তমানলৈ সুস্থিৰ হৈ আছে। চিকিৎসকে মোৰ স্বাস্থ্য ধৰি ৰাখিবলৈ যৎপৰোনাস্তি সহযোগিতা আগবঢ়াইছে।'

আৰু পঢ়িব পাৰিব: নুনমাটি হাইস্কুলৰ দুগৰাকীকৈ শিক্ষয়িত্ৰীৰ দেহত ক’ভিড-১৯


নৰ’ৱেৰ সংবাদসংস্থা NRK-ক নেছেই মন্তব্য প্ৰেৰণ কৰিছে যে, আশা কৰোঁ অইন কোনো পৰ্বতাৰোহী কৰ’নাত আক্ৰান্ত হোৱা নাই। পৰ্বতৰ উচ্চতাৰ বাবে হেলিকপ্টাৰযোগে অভিযাত্ৰীসকলক উদ্ধাৰ কৰাটো কষ্টকৰ।’ আনহাতে ,কাঠমাণ্ডুৰ এখন চিকিৎসালয়ে জনাইছে যে, মাউনেট এভাৰেষ্টৰ ভালেমান অভিযানকাৰীৰে ভৰি পৰিছে চিকিৎসাল ইয়াৰে প্ৰতিগৰাকীয়েই কৰ’নাত আক্ৰান্ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ