--°C
Loading...
Listen to Article
2 min read
80%

ইছলামাবাদ : চৌদিশে মৃত্যু মিছিল|ক'ভিড-১৯ৰ দ্বিতীয় ঢৌত আক্ৰান্ত ভাৰতৰ অৱস্থা থৰক বৰক|বিগত ২৪ঘন্টাত দেশত আক্ৰান্ত হৈছে প্ৰায় ৩লাখ ৫০হেজাৰ জন |এই পৰিস্থিতিতে ভাৰতৰ সৈতে থকাৰ বাৰ্তা প্ৰেৰণ কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে|

আৰু পঢ়িব পাৰিব:  বোৱাৰীক হত্যা কৰি ঘৰৰ সকলো সামগ্ৰী লৈ পলায়ন স্বামীৰ পৰিয়াল

তেওঁ সদৰি কৰিছে যে-'বিশ্বৰ সকলো শক্তি একগোট হৈ এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব লাগিব|মানবীয় দৃষ্টিভংগীৰে এই যুজঁত অৱতীৰ্ণ হ'লে জয়ী হোৱাতো সম্ভৱ|'

আৰু পঢ়িব পাৰিব: টকা নিদিয়াৰ বাবে পিতৃক হত্যা কৰিলে দুই পাষণ্ড পুত্ৰই

পাকিস্তানৰ এই ঘোষণাৰ কেইঘন্টামান পূৰ্বে চীনৰ প্ৰধানমন্ত্ৰী শি জিনপিং-ও ভাৰতলৈ সাহাৰ্য্যৰ হাত আগবঢ়াইছে| জিনপিঙে ক'ভিদ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তেওঁ ভাৰতৰ পক্ষত আছে বুলি সদৰি কৰিছে|


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ