--°C
Loading...
Listen to Article
2 min read
80%

ছীডনী : ভাৰতৰে বিমান যোগাযোগ হ্ৰাস কৰিব অষ্ট্ৰেলিয়াই। ভাৰতকে ধৰি আন কোভিড সংক্ৰমণৰ দিশৰ পৰা ‘ৰেড জ’ন’ত থকা দেশৰ পৰা দেশখনৰ নাগৰিকৰ প্ৰত্যাৱৰ্তনত লেকাম লগাবলৈ অগ্ৰসৰ হৈছে দেশখন। ভাৰতকে ধৰি সংক্ৰমণৰ দিশৰ পৰা আন বিপদজনক দেশৰ পৰা কোভিডৰ বিভিন্নধৰণৰ উৎপৰিৱৰ্তিত ৰূপ দেশখনত প্ৰৱেশ কৰাৰ আশংকাতে এনে কৰা হৈছে।

আৰু পঢ়িব পাৰিব: আইপিএলৰ পৰা বাহিৰ হ’ল এগৰাকী তাৰকা খেলুৱৈ…

আজি দেশখনে নিজৰ টিকাকৰণ অভিযানৰ সাল-সলনিৰ কথাও প্ৰকাশ কৰে। দেশখনে আৰোপ কৰা প্ৰতিবন্ধকতাৰ বাবে ভাৰতৰ পৰা ৩০শতাংশ পোনপটীয়া বিমানৰ সেৱা হ্ৰাস হ’ব। ভাৰতৰ পৰা ছীডনীলৈ যাবলগীয়া আৰু দেশখনৰ উত্তৰ অংশত অৱতৰণ কৰিবলগীয়া চাৰ্টাৰ্ড বিমানৰ ক্ষেত্ৰত এই প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।

আৰু পঢ়িব পাৰিব: ক’ভিড চিকিৎসাৰ বাবে সাজু জিএমচিএইচঃ অসুবিধাত নপৰে সাধাৰণ ৰোগীও

প্ৰধানমন্ত্ৰী স্কট মৰিছনে এখন কেবিনেট বৈঠকৰ পাছত সাংবাদিকৰ আগত কয় যে, কেতিয়াৰপৰা এই প্ৰতিবন্ধকতা আৰোপ কৰা হ’ব সেই বিষয়ে ২৪ ঘণ্টাৰ আগতে প্ৰকাশ কৰা হ’ব বুলি প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ