--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শতাধিক কৰ্মীয়ে বিহু মাৰি খোৱাঙৰ ৰাজপথত লুৰীণজ্যোতি গগৈ জিন্দবাদ ধ্বনি দি আনন্দ উল্লাস কৰে।

ডিজিটেল ডেস্ক: অসম জাতীয় পৰিষদৰ আনুষ্ঠানিক প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতেই খোৱাঙত দলটোৰ নেতা-কৰ্মীৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উছাহ। 


খোৱাং সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে লুৰীণজ্যোতি গগৈৰ নাম আনুষ্ঠানিক ঘোষণাৰ পাছতেই খোৱাঙৰ ৰাজপথত আৱতৰীয়া দীপাৱলী। 


খোৱাং আজাৰগুৰিত অৱস্থিত অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ মুখ্য কাৰ্যালয় সন্মুখত ফটকা ফুটাই ৰেলী বাহিৰ কৰে দলটোৰ কৰ্মীসকলে। শতাধিক কৰ্মীয়ে বিহু মাৰি খোৱাঙৰ ৰাজপথত লুৰীণজ্যোতি গগৈ জিন্দবাদ ধ্বনি দি আনন্দ উল্লাস কৰে। 


এইবাৰ খোৱাং সমষ্টিত জাহাজ চলিব বুলিও মন্তব্য কৰে জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ