--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মনোনয়ন পৰ্বত ভিৰ কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ৯০০ খন সত্ৰ, মঠ, মন্দিৰ, দেৱালয়, বাথৌ মন্দিৰ আদি উপাসনাস্থলীত দলৰ কৰ্মী, সমৰ্থকসকলে আগবঢ়াব শৰাই।

ডিজিটেল ডেস্ক: শুকুৰবাৰে বজালী জিলাৰ পাঠশালাত মনোনয়ন দাখিল কৰিব ৰণজিৎ কুমাৰ দাসে। পিছে বিশাল সমদলেৰে নহয়, মাথোঁ কেইজনমান দলীয় শুভাকাংক্ষীৰ সৈতে মনোনয়ন দাখিল কৰিব তিনিবাৰৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে। 


মনোনয়ন পৰ্বত ভিৰ কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ৯০০ খন সত্ৰ, মঠ, মন্দিৰ, দেৱালয়, বাথৌ মন্দিৰ আদি উপাসনাস্থলীত দলৰ কৰ্মী, সমৰ্থকসকলে আগবঢ়াব শৰাই। 


সমষ্টিটোৰ ৯০০ টা আধ্যাত্মিকস্থলীত বিজেপিৰ প্ৰায় ১৮ হাজাৰ কাৰ্যকৰ্তাই শৰাই আগবঢ়াই ৰণজিৎ কুমাৰ দাসৰ জয়ৰ বাবে সেৱা জনাব। 


নিজৰ মনোনয়ন দাখিলক লৈ এই মন্তব্য বিজেপি প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসৰ। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ