--°C
Loading...
Listen to Article
2 min read
80%
বৃহস্পতিবাৰ, ১৩ জানুৱাৰী মেষ ৰাশি-আজি আপুনি কিছুমান ব্যয়ৰ সন্মুখীন হ’ব। আজি আপুনি কাৰোবাৰ সৈতে আপোনাৰ মনৰ কথা ভাগ বতৰা কৰোতে ভাবি চিন্তি কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বিষয়ে অলপ চিন্তিত হ’ব। বৃষ ৰাশি-আজি আপোনাৰ কৰ্মস্থান শুভ। মন প্ৰফুল্লিত থাকিব। আজি আপুনি আপোনাৰ ব্যৱসায়িক কৰি আগবাঢ়িব পাৰে। মিথুন ৰাশি-কামত ভাল ফলাফল লাভ। শিক্ষাৰ্থীৰ শুভ। বিবাহৰ কথা-বতৰা চলিব পাৰে। বন্ধুৰ সৈতে সাক্ষাৎ। কৰ্কট ৰাশি-আজি আপুনি ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্য্যত জড়িত হ’ব। আনক সহায় কৰক। মাতৃৰ সৈতে সম্পৰ্ক মধুৰ হব। সিংহ ৰাশি- আজি আপোনাৰ স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা। বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। ব্যৱসায়িক সমস্যাৰ সমাধান। সন্তানৰ পৰা হতাশা। আজি ভৱিষ্যতৰ সিদ্ধান্ত লওঁতে ভাবি-চিন্তি ল’ব। যদি আপুনি আজি কৰবাত বিনিয়োগ কৰে তেন্তে লাভান্বিত হ’ব। কন্যা ৰাশি- আজি আপোনাৰ বৈবাহিক জীৱন সুখৰ হ’ব। ভ্ৰমণত বাধা। যিসকলে নিযুক্তিৰ দিশত চেষ্টা কৰি আছে তেওঁলোকে উন্নত সুযোগ পাব। তুলা ৰাশি-আজি আপুনি আনৰ পৰা কিবা কথাত আঘাত পাব পাৰে। শত্ৰু বাঢ়িব পাৰে। সকলো কাম ধৈৰ্য্যসহকাৰে কৰিব। বৃশ্চিক ৰাশি-আজিৰ দিনটো শিক্ষাৰ্থীসকলৰ বাবে শুভ। প্ৰেমত শুভ। আপোনাৰ ব্যৱসায় দিশত শুভ। ধনু ৰাশি-পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত। নতুন বাহন ক্ৰয়ৰ যোগ। প্ৰভাৱশালী লোকক লগ পোৱাৰ সম্ভাৱনা। কৰ্মৰত লোকসকলে আজি কামৰ ক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্কত লিপ্ত হোৱাটো এৰাই চলা ভাল। মকৰ ৰাশি- আজি আপোনাৰ সাহস বৃদ্ধি হ’ব। আজিৰ দিনটো শিক্ষাৰ্থীসকলৰ শুভ। ভাতৃ-ভগ্নীৰ ভাল সম্পৰ্ক বৰ্তি থাকিব। কোনোবাই আপোনাক ভুল পৰামৰ্শ দিব পাৰে। সেয়েহে আজি আপুনি আপোনাৰ সিদ্ধান্ত কাকো নজনাব। কুম্ভ ৰাশি-আজিৰ দিনটো অতি ফলপ্ৰসূ হ’ব। আজি আপুনি আপোনাৰ ব্যৱসায় সম্পৰ্কীয় সমস্যাবোৰ সহজে সমাধান কৰিবলৈ সক্ষম হ’ব। আজি যিকোনো কথাত আপোনাৰ মন বিচলিত হব পাৰে। মীন ৰাশি-আজি আপুনি আপোনাৰ ভৱিষ্যৎ উন্নত হোৱাৰ যোগ। আজি আপুনি আপোনাৰ কামত প্ৰশংসা লাভ কৰিব। যদি আপোনাৰ বিবাহত থকা বাধা আঁতৰিব। আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম হাতত ল’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ