--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘লাডলী বেহেনা’ আঁচনি ঘোষণাৰ  মাজতে ভোটগ্ৰহণমুখী মহাৰাষ্ট্ৰত আন এক ডাঙৰ ঘোষণা। শিন্দে চৰকাৰে এই বুলি ঘোষণা কৰিছে  যে মহিলাৰ উপৰি চৰকাৰে প্ৰতিমাহে পুৰুষকো আৰ্থিক সাহায্য প্ৰদান কৰিব। মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই এই ঘোষণা কৰে। পুৰুষৰ বাবে মুকলি কৰা  এই প্ৰকল্পৰ নাম 'লাডলা ভাই যোজনা' ৰখা হৈছে। 

য’ত স্নাতক উত্তীৰ্ণ ছাত্ৰক  প্ৰতিমাহে ১০ হাজাৰ টকা দিয়া হ’ব।আছাৰী একাদশী উপলক্ষে মুখ্যমন্ত্ৰী একনাথ শিন্দেই পূব মহাৰাষ্ট্ৰৰ বিত্তল মন্দিৰত  পূজা-অৰ্চনা  কৰে। শিৱসেনাৰ নেতাগৰাকীয়ে  এখন সভাতো অংশগ্ৰহণ কৰে । সেই সভাতেই  তেওঁ ঘোষণা কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে ল’ৰাৰ বাবেও নতুন আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে। এই আঁচনিখনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰতিজন যুৱকক প্ৰতিমাহে ৬ হাজাৰ টকা ভাট্টা প্ৰদান কৰা হ’ব। ডিপ্লমা কৰা সকলে মাহে ৮০০০ টকা আৰু প্ৰতিজন স্নাতক যুৱকক ১০ হাজাৰ টকা দিব। 

অৱশ্যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ইতিমধ্যে মহাৰাষ্ট্ৰৰ ‘লাডলী বেহেনা’ প্ৰকল্পক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কেৱল মহিলাসকলক আৰ্থিক সাহায্য প্ৰদানৰ  সন্দৰ্ভত তেওঁ কৈ আহিছে  যে এই আঁচনি কেৱল মহাৰাষ্ট্ৰৰ নিবনুৱা যুৱক-যুৱতীসকলক  দিয়া উচিত। কাৰণ আজিকালি কৰ্মক্ষেত্ৰত পুৰুষ-মহিলাৰ কোনো পাৰ্থক্য দেখা নাযায়। ফলত মহিলাসকলে পালে পুৰুষেও পাব লাগে। এই প্ৰকল্পত তৃতীয় লিংগকো অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় থাকৰেই।এনে দাবীৰ মাজতে শিন্দে  চৰকাৰে পুৰুষৰ বাবেও আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন