--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লক্ষ্ণৌৰ এক সমীক্ষাৰ অনুসৰি লক্ষ্ণৌত ভিক্ষাৰীৰ গড় আয় প্ৰায় ৯০ হাজাৰ টকা। ইয়াৰ মতে তেওঁলোকৰ বাৰ্ষিক আয় প্ৰায় ১১ লাখ টকা, যিটো বহু সাধাৰণ শ্ৰমিকৰ উপাৰ্জনৰ তুলনাত অধিক। সমীক্ষাটোত লক্ষ্ণৌত মুঠ ভিক্ষাৰীৰ সংখ্যা ৫৩১২ জন বুলিও প্ৰকাশ পাইছে। 

Poor Indian Beggar" - Kristian Bertel | Photography

লক্ষ্ণৌ পৌৰ নিগম, সমাজ কল্যাণ বিভাগ আৰু ডুডায়ে কৰা এই সমীক্ষা অনুসৰি ইয়াৰ মানুহে প্ৰতিদিনে ভিক্ষাৰীক দান হিচাপে প্ৰায় ৬৩ লাখ টকা দিয়ে। প্ৰতিবেদন অনুসৰি গড়ে এজন ভিক্ষাৰীয়ে প্ৰতিদিনে ৩ হাজাৰ টকা উপাৰ্জন কৰে, ইয়াৰে মহিলাসকলে পুৰুষতকৈ অধিক উপাৰ্জন কৰে।


The Old Beggar Woman - Fairy tale - Tips for telling | International Fairy  Tales
আনহাতে, এই আইনসমূহে সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদৰ অধীনত দৰিদ্ৰ লোকৰ অধিকাৰ খৰ্ব কৰা বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ত ভিক্ষাৰী বিৰোধী আইনক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰে। কিন্তু উচ্চতম ন্যায়ালয়ে এই কথা নাকচ কৰি কয় যে চৰকাৰে এই আইন কাৰ্যকৰী কৰাৰ পূৰ্বে আলোচনা কৰিছিল আৰু আবেদনকাৰীক সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিছিল। এই সিদ্ধান্তই ভিক্ষাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তুলিছে। আদালতৰ এই সিদ্ধান্তৰ পিছত আবেদনকাৰীয়ে আবেদন প্ৰত্যাহাৰ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম