--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মালক্ষ্মীৰ পূজাৰ বাবে শুক্ৰবাৰৰ দিনটো বিশেষ ফলদায়ক বুলি মানি লোৱা হয়, মা লক্ষ্মীৰ কৃপাত ধন, সম্পত্তি পোৱা যায়। শুক্রবাৰৰ দিনটো শুক্ৰগ্ৰহৰ নামত সমৰ্পিত। কোৱা হয় যে এই দিনটোত সকলো শুভ কাম সম্পন্ন হয়। জানো আঁহক শুক্ৰবাৰৰ দিনটোত কি কি কাম কৰিব নালাগে :

মালক্ষ্মী বিধিগত পূজাৰ দ্বাৰা প্ৰসন্ম হয়। কিন্তু এনে কিছুমান কাম আছে যিবোৰত লক্ষ্মী মা সন্তুষ্ট নহয়। জানি বুজি বা নজনাকে কৰা কিছুমান কামৰ বাবে লক্ষ্মী মা অসন্তুষ্ট হয় যাৰ ফল আপোনাৰ লগতে ঘৰৰ সদস্যবোৰেও সমস্যাৰ সন্মুখীন হব লগা হয় । তেনে ক্ষেত্ৰত ঘৰত ধনৰ অভাৱ হয় আৰু দৰিদ্ৰতাই দেখা দিয়ে। আহক জানো শুক্রবাৰৰ দিনটোত কি কি কাম কৰিব নালাগে।

ঘৰৰ দুৱাৰ

শাস্ত্ৰৰ মতে পূজাৰ সময়ত ঘৰৰ মূল দুৱাৰ পুৱা-গধূলি সদায় খুলি ৰাখিব লাগে। বিশ্বাস কৰা হয় যে মালক্ষ্মী ভ্ৰমণৰ বাবে ওলাই আহে আৰু ঘৰৰ দুৱাৰ বন্ধ দেখিলে উভতি যায়। যদি লক্ষ্মী মাৰ আশীৰ্বাদ বিচাৰিছে গধূলি বন্তি জ্বলোৱা সময়ত ঘৰৰ দুৱাৰ বন্ধ নকৰিব ৷

ধাৰ লোৱা

শুক্ৰবাৰৰ দিনটোত ধাৰ লোৱাটো অশুভ বুলি কোৱা হয়। মানি লোৱা হয় যে এই দিনটোত কৰোবাৰ পৰা ধাৰ ললে আৰু ধাৰ দিলে লক্ষ্মী মা অসন্তুষ্ট হয়, কয় যে এই দিনটোত কাৰোবাক ধাৰ দিয়া টকা উভটাই পোৱা নাযায়।যদি কৰোবাৰ পৰা ধাৰ লোৱা হয় সেই টকা উভতাই দিয়াৰ ক্ষেত্ৰত সমস্যা হয়।

মহিলাৰ অনাদৰ

মহিলাসকল প্ৰত্যেক দিনায়ে সন্মানৰ পাত্ৰ। শুক্রবাৰৰ দিনা মহিলা, ছোৱালী আৰু ক্লীৱ লিংগসকলক কেতিয়াও অপমান কৰিব নালাগে। প্রত্যোক মহিলা দেৱী স্বৰূপ।তেওঁলোকক অপমান কৰা মানে দেৱীক অনাদৰ কৰা বুজাই। এনে কৰিলে ধনবান ব্যক্তিও দৰিদ্ৰতাৰ কবলত পৰে৷

চেনি

শুক্ৰবাৰৰ দিনটোত যিকোনো বস্তু দান কৰা শুভ, কিন্তু চেনি দান কৰাটো শুভ নহয়। চেনিৰ সম্বন্ধ শুক্রগ্ৰহৰ লগত আছে। শুক্রবাৰৰ দিনটোত চেনি দান কৰিলে সুখ-শান্তি আৰু সমৃদ্ধি নোহোৱা হয় আৰু টকা-পইচা হ্রাস হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ