--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে 'শিশু' এলবামৰ 'ভবা কথা নহয় সিদ্ধি' শীৰ্ষক গীতটোত কৈছিল যে মানুহতকৈ কুকুৰে পায় মৰম আৰু মান। সেই কথা বাস্তব জীৱনতো প্ৰতীয়মান হৈ আহিছে। শেহতীয়াকৈ এগৰাকী মালিকে নিজৰ আলাসৰ লাড়ু পোহনীয়া কুকুৰৰ কাৰণে কৰা কামে দৃষ্টি কাঢ়িছে সকলোৰে।

বিমানত উঠি বতাহত ভ্ৰমণৰ হাবিয়াস সকলোৰে। খাতি খোৱা জনতাই ভাগ্যক ধিয়াই বিমানযাত্ৰাৰ সপোন পুতি থবলৈ বাধ্য সপোন অৰণ্যত। তাৰ মাজতে আহিছে এক ঈৰ্ষনীয় খবৰ! সৌভাগ্যবান কুকুৰে বিলাসী ভ্ৰমণ কৰিছে বিমানত। মুম্বাইৰ এগৰাকী ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰটোৰ কাৰনে বুক কৰিলে বিমানৰ সম্পূৰ্ণ বিজনেছ ক্লাছ। এয়াৰ ইণ্ডিয়াৰ বিমানত বিলাসী ভ্ৰমণ কৰিলে কুকুৰে।

এয়াৰ ইণ্ডিয়া ভাৰতৰ একমাত্ৰ বিমান যিয়ে পোহনীয়া জন্তুক ভ্ৰমণৰ অনুমতি দিয়ে। কুকুৰটোৰ গৰাকীয়ে মুম্বাইৰ পৰা চেন্নাইলৈ দুঘণ্টাৰ বিমানযাত্ৰাটোত প্ৰায় ২.৫ লাখ টকা খৰছ কৰিছে য'ত নেকি এয়াৰ ইণ্ডিয়াৰ এটা চীটৰ ভাৰা প্ৰায় ২০,০০০ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক