--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজ পৰিয়ালৰ প্ৰতি থকা অপাৰ আনুগত্যতাই বলিউডৰ মহাতাৰকা অক্ষয় কুমাৰক সদায়ে অন্য তাৰকাসকলৰ পৰা পৃথক কৰি ৰাখিছে। অক্ষয় কুমাৰৰ নিজ মাতৃ অৰুণা ভাটিয়াৰ প্ৰতি থকা ভালপোৱাৰ কথাও সৰ্বজনবিদিত।সময়ে সময়ে নিজ মাতৃৰ বাবে কৰি অহা কামেৰে অক্ষয়ে বিশেষ প্ৰচাৰো লাভ কৰিছে।

এইবাৰো ব্যতিক্ৰম নহ’ল অক্ষয়ৰ আচৰণ। মাতৃ ভাটিয়াৰ অসুখৰ সংবাদ পায়েই দৌৰাদৌৰিকৈ ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি মুম্বাইত উপস্থিত হয় তেওঁ। উল্লেখ্য যে যোৱা কেইটামান দিন ধৰি অক্ষয়ৰ মাতৃ অৰুণা ভাটিয়া শাৰীৰিকভাৱে অসুস্থ হৈ আছে।কিন্তু শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ হঠাতে অধিক অৱনতি ঘটে আৰু ভৰ্তি কৰোৱা হয় মুম্বাইৰ হীৰানন্দনী হাস্পতালৰ আই চি ইউত।


আৰু এই খবৰ লাভ কৰাৰ লগে লগেই নিজৰ দৰকাৰী ইংলেণ্ড ভ্ৰমণ আধাতে সামৰি অক্ষয় উপস্থিত হয়হি মুম্বাইত। আজি পুৱাৰ ভাগতে তেওঁৰ বিমান অৱতৰণ কৰে মুম্বাইৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত। ইয়াৰ পিছতেই অভিনেতা পুত্ৰই পোনে পোনে যাত্ৰা কৰে হাস্পতালত চিকিৎসাধীন অসুস্থ মাতৃৰ কাষলৈ। ইফালে সামাজিক মাধ্যমতো অক্ষয় কুমাৰৰ লক্ষ লক্ষ অনুৰাগীয়ে তেওঁৰ মাতৃৰ আশু-আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ