--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ কৰিছে ইৰানে৷ মধ্যপ্ৰাচ্যত বাজিছে যুদ্ধৰ দামামা৷ ৰাষ্ট্রসংঘই যুদ্ধ সমাপ্তিৰ চেষ্টাত ব্ৰতী হৈছে৷ এই আক্ৰমণক আন্তঃৰাষ্ট্রীয় আইন ভংগ বুলি অভিহিত কৰিছে ৰাষ্ট্রসংঘই৷
ইৰানৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাষ্ট্রসংঘক আহ্বান জনাইছে আমেৰিকাই৷ G-7ৰ অন্তৰ্গত দেশসমূহেও ইৰানক দিছে তীব্ৰ গৰিহণা৷ শনিবাৰে মাজনিশা ক্ষেপণাস্ত্ৰৰে ইজৰাইলত আক্ৰমণ ইৰানৰ৷ ড্ৰ’নেৰেও আক্ৰমণ চলাইছে ইৰানে৷ ইজৰাইলৰ দিশে ইৰানৰ পৰা উৰিছিল ২০০ ড্ৰ’ন৷ জেৰুজালেমত শুনা গৈছে যুদ্ধৰ ছাইৰেনৰ শব্দ৷ ব্ৰিটেইন, ফ্ৰান্সসহ একাধিক দেশ ইজৰাইলৰ সমৰ্থনত৷ জ’ বাইডেনেও সমৰ্থন জনাইছে ইজৰাইলক৷ ইৰান আৰু ইপিনে, ইজৰাইলত থকা ভাৰতীয়ক সতৰ্ক কৰিছে ভাৰতে৷ ভাৰতীয় দূতাবাসেৰে যোগাযোগলৈ ভাৰতীয়ক কৰিছে আহ্বান৷ ইজৰাইল–ভাৰতৰ বিমান সেৱা বন্ধ কৰি দিয়া হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক