--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : স্বাস্থ্যই হৈছে মানৱ জাতিৰ পৰম সম্পদ৷ নিৰোগী স্বাস্থ্যত বাস কৰে সুস্থ মনে৷ কিন্তু আজি-কালি ব্যস্ততাপূৰ্ণ জীৱনত সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈও প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়৷ আজিৰ আধুনিক দৈনন্দিন জীৱনশৈলীত যন্ত্রৰ সহায়ত শাৰীৰিক কষ্ট অবিহনে প্রায় সকলোবোৰ কামৰ সমাধান সম্ভৱ হৈ উঠিছে৷ যাৰ ফলত বৰ্তমান ভাৰতত মেটবহুলতাৰ সমস্যাই মূৰ দাঙি উঠিছে৷

মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ আৰু মধুমেহকে ধৰি অন্যান্য বহুতো স্বাস্থ্যজনিত সমস্যাৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। আৰু এই সমস্যা সৰ্বাধিক হ'লে ২০২৫ চনৰ ভিতৰত মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ অভিলেখ গঢ়িব৷ ইতিমধ্যে ৬৫ নিযুততকৈয়ো অধিক ভাৰতীয় এই ৰোগত আক্ৰান্ত হৈছে। বয়স, লিংগ, ভৌগোলিক পৰিৱেশ, আৰ্থ-সামাজিক স্থিতি আদিৰ বাবে ভাৰতত মেদবহুলতাৰ প্ৰচলন পৃথক হয়৷

বৰ্তমান সময়ত এই সমস্যাৰ পৰা হাত সাৰিবলৈ সকলোৱে শৰীৰচৰ্চাত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে৷ সঠিক সময়ত উৎকৃষ্ট আহাৰ গ্ৰহণ কৰাৰ লগতে শৰীৰচৰ্চা কৰিলে মেদবহুলতাৰ সমস্যাৰপৰা অতি সোনকালে পৰিত্ৰাণ পাব পাৰে৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, মেদবহুলতাৰ পৰা নিৰাময় পাবলৈ প্ৰতিদিনে শৰীৰচৰ্চাটো অত্যন্তই প্ৰয়োজনীয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ