--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাকাশত মুঠ ৬২ ঘণ্টা ৬ মিনিট খোজকাঢ়ি (স্পেচৱাক) ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে ভংগ কৰিলে এগৰাকী মহিলাই ইয়াৰ পূৰ্বে সৃষ্টি কৰা অভিলেখ। ২০২৪ চনৰ জুনৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত (আই এছ এছ) থকা উইলিয়ামছ আৰু তেওঁৰ সতীর্থ বুচ্চ উইলম'ৰে বৃহস্পতিবাৰে মহাকাশত খোজ কাঢ়িছিল। 

বেয়া হোৱা বেতাঁৰ যোগাযোগৰ হার্ডৱেৰ আঁতৰাবলৈ আৰু কক্ষপথত ঘূৰি থকা পৰীক্ষাগাৰৰ বাহিৰৰ মাইক্ৰ'অর্গেনিজম থাকে নেকি সেয়া চাবলৈ নমুনা সংগ্ৰহ কৰিবলৈ দুয়োজনে আই এছ এছৰ বাহিৰলৈ গৈছিল। তেওঁলোকৰ স্পেচৱাক আৰম্ভ হৈছিল পুৱা ৭-৪৩ বজাত (ই টি) আৰু অন্ত পৰিছিল বিয়লি ১-০৮ বজাত। 

তেওঁলোকে ৫ ঘণ্টা ২৬ মিনিট মহাকাশত খোজকাঢ়িছিল। ই আছিল উইলিয়ামছৰ নৱম আৰু উইলম'ৰৰ পঞ্চম স্পেচৱাক। ইয়াকে ধৰি সুনীতা উইলিয়ামছে মহাকাশত খোজকঢ়া সময় হ'ল ৬২ ঘণ্টা ৬ মিনিট। ইয়াৰ আগতে প্রাক্তন মহাকাশচাৰী পেগী হুইটছনে মুঠ ৬০ ঘণ্টা ২১ মিনিট স্পেচৱাক কৰি অভিলেখ সৃষ্টি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ