--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাবাহিনীত নতুন সশস্ত্ৰ বাহিনীৰ নিযুক্তিৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে। নতুন সশস্ত্ৰ বাহিনীৰ নামকৰণ কৰা হ’ব বলীউডৰ তাৰকা অমিতাভ বচ্চন অভিনীত নব্বৈৰ দশকৰ জনপ্ৰিয় ছবি ‘অগ্নিপথ’ৰ নামেৰে। মঙলবাৰে ভাৰত চৰকাৰৰ হৈ তিনিগৰাকী সেনা প্ৰধানে এইবিষয়ে ঘোষণা কৰিছে।

ভাৰত চৰকাৰৰ ‘অগ্নিপথ’ প্ৰকল্পৰ সন্দৰ্ভত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘এই সিদ্ধান্ত ঐতিহাসিক। দুই সপ্তাহ আগেয়ে এই প্ৰকল্পৰ কথা প্ৰধানমন্ত্ৰীক জনাইছিল তিনিগৰাকী সেনা প্ৰধানে। অৱশেষত, মঙলবাৰে এই প্ৰকল্পৰ নাম পোহৰলৈ আহিল। নতুন ‘অগ্নিপথ’ প্ৰকল্পত চাৰি বছৰৰ বাবে সেনা বাহিনীত নিযুক্তি দিয়া হ’ব জোৱানসকলক। এই প্ৰকল্পৰ অধীনত ১৭ৰ পৰা ২১ বছৰ বয়সৰ ৪৫ হাজাৰ ভাৰতীয়ই ভাৰতীয় সেনাবাহিনীত কাম কৰাৰ সুযোগ লাভ কৰিব বুলিও জানিবলৈ পোৱা গৈছে।

এই জোৱানসকলে চাৰি বছৰৰ প্ৰকল্পৰ বাবে সেনাবাহিনীত ছমাহৰ প্ৰশিক্ষণ লাভ কৰিব। প্ৰতিমাহে ৩০ৰ পৰা ৪০ হাজাৰ টকাৰ দৰমহা আৰু অন্যান্য ভাট্টাও প্ৰদান কৰা হ’ব জোৱানসকলক। খবৰ অনুসৰি, এই প্ৰকল্পটোক বিভিন্ন স্তৰত সমালোচিত হোৱাও দেখা গৈছে। এই প্ৰকল্পই আনকি সামৰিক বাহিনীৰ দেশপ্ৰেম আৰু পেছাদাৰীত্বত প্ৰভাৱ পেলাব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে ‌বহুজনে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ