--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা কিছু বছৰ ধৰি কোম্পানীটোৱে পাকিস্তানত কৰ্মচাৰী হ্রাস কৰি আনিছিল।

ডিজিটেল ডেস্কঃ গোলকীয় তথ্য প্রযুক্তি কোম্পানী মাইক্ৰ'ছফটে পাকিস্তানত ২৫ বছৰীয়া ইয়াৰ অভিযান বন্ধ কৰিছে। শনিবাৰে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰা হয়। যোৱা কিছু বছৰ ধৰি কোম্পানীটোৱে পাকিস্তানত কৰ্মচাৰী হ্রাস কৰি আনিছিল।


মাইক্র 'ছফট পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰ প্ৰৱন্ধক জাৱাদ ৰহমানে ছ'চিয়েল মিডিয়া ছাইট 'লিংকডইন'ত এই সন্দৰ্ভত বার্তা প'ষ্ট কৰি এই কথা নিশ্চিত কৰে। পাকিস্তানৰ সংবাদপত্র ডনেও এই বাতৰি প্ৰকাশ কৰে।


মাইক্ৰ'ছফটৰ এজন মুখপাত্ৰৰ উদ্ধৃতিৰে ডনে কয় যে কোম্পানীটোৰ পাকিস্তানৰ গ্ৰাহকসকলক শক্তিশালী সহযোগী সংগঠনৰ সৈতে মিলি সেৱা আগবঢ়োৱা হ'ব। মুখপাত্রজনে লগতে লিংকডইনত কয় যে পাকিস্তানত মাইক্ৰ'ছফটৰ সেৱা বন্ধৰ পাছত এটা যুগৰ অৱসান ঘটিল। ২০০০ চনৰ জুন মাহত পাকিস্তানত মাইক্ৰ'ছফটৰ সেৱা মুকলি কৰা হৈছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ