--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২৪ চনৰ মার্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত আমেৰিকাত থকা দক্ষিণ এছিয়াৰ এই লোকসকলে ৰিপাব্লিকান প্রার্থী ড'নাল্ড ট্রাম্পক সমৰ্থন কৰিছিল।

ডিজিটেল ডেস্ক: আমেৰিকাৰ মধ্যকালীন নির্বাচনত ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ৰিপাব্লিকান দল সংকটত পৰাটো প্রায় নিশ্চিত হৈ পৰিছে। নির্বাচনলৈ মাজত মাত্র এসপ্তাহ বাকী থকা অৱস্থাত আমেৰিকা নিৱাসী ২৫ শতাংশ দক্ষিণ এছীয় লোকে ডেমক্রেটিক দললৈ সমর্থন আগবঢ়াইছে। 


২০২৪ চনৰ মার্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত আমেৰিকাত থকা দক্ষিণ এছিয়াৰ এই লোকসকলে ৰিপাব্লিকান প্রার্থী ড'নাল্ড ট্রাম্পক সমৰ্থন কৰিছিল। 'ইণ্ডিয়ান আমেৰিকান ইম্পেক্ট' নামৰ এটা গ্রুপে চলোৱা সমীক্ষাত এই তথ্য প্রকাশ পাইছে। আমেৰিকা নিৱাসী দক্ষিণ এছিয়াৰ ৮০০ ভোটাৰৰ মাজত এই সমীক্ষা চলোৱা হৈছিল। 


ইয়াৰে ৮৭ শতাংশই হৈছে প্ৰৱাসী ভাৰতীয় আৰু বাকী ১৩ শতাংশ হৈছে পাকিস্তান, বাংলাদেশ, শ্রীলংকা, নেপাল, ভূটান, মালদ্বীপ, আফগানিস্তান, ম্যানমাৰ আৰু কম্বোডিয়াৰ লোক। অৱশ্যে, ২০২৪ চনত ট্রাম্পক সমর্থন কৰা ৬৭ শতাংশ লোকে এইবাৰৰ মধ্যকালীন নির্বাচনতো ৰিপাব্লিকান দলক সমৰ্থন কৰিব বুলি প্ৰকাশ কৰিছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু