--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেবিনেটে লোৱা সিদ্ধান্তৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাত্তা ৬৩%লৈ বৃদ্ধি পাব।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৪৮ লাখ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰৰ বাবে দীপাৱলীৰ উপহাৰ হিচাপে ৩% মৰগীয়া বানচ দিয়াৰ কথা ঘোষণা কৰিছে মোদী চৰকাৰে। দীপাৱলীলৈ মাত্র দহ দিন বাকী থকা অৱস্থাত কেন্দ্ৰীয় কেবিনেটে কালি এই সিদ্ধান্ত লয়। 


কেবিনেটে লোৱা সিদ্ধান্তৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাত্তা ৬৩%লৈ বৃদ্ধি পাব। কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ১০ হাজাৰ কোটি টকা ব্যয় হ'ব। নতুন মৰগীয়া বানচ যোৱা ১ জুলাইৰ পৰা কাৰ্যকৰী হ'ব। 


নতুন মৰগীয়া ভাত্তাসহ চলিত মাহৰ দৰমহা আৰু বকেয়া ধন কৰ্মচাৰী আৰু পেঞ্চনাৰ্ছসকলে দীপাৱলীৰ আগতে লাভ কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মৰগীয়া বানচ এপ্ৰিলত ২% বৃদ্ধি কৰা হৈছিল।

 উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু