--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম'ম' বহুতৰে প্ৰিয় এক খাদ্য। বিশেষকৈ যুৱচামৰ মাজত ম'ম' অতি জনপ্ৰিয়। ৰাস্তাৰ কাষৰ অভেনত ভাপত থকা কোমল ম'ম'বোৰে সকলোকে বৰ আকৰ্ষণ কৰে। টেঙা-মিঠা চাটনিৰ লগত ইয়াক পৰিবেশন কৰিলে ইয়াৰ সোৱাদ বহুত বাঢ়ি যায়। ৰেষ্টুৰেণ্টতো ম'ম'ৰ বিশেষ চাহিদা আছে। বিশেষকৈ শীতকালি ম'ম' খোৱাৰ মজাই সুকীয়া। ম'ম' খাই ভালপোৱা লোকসকলৰ বাবে এক বেয়া খবৰ আছে। দিল্লীৰ এজন ব্যক্তিয়ে ম'ম' খাই সাবটিলে মৃত্যু। এই খবৰ প্ৰকাশ ইয়াৰ পিছতে এইমছে এক পৰামৰ্শ জাৰি কৰিছে। 

যদি আপুনিও ম'ম' খাবলৈ ভাল পায় তেন্তে এইমছৰ পৰামৰ্শক আওকাণ নকৰিব। এইমছে জনোৱা মতে ম'ম' খাই মৃত্যু হোৱা দিল্লীৰ ৫০ বছৰীয়া ব্যক্তিজনৰ চিকিৎসা পৰীক্ষাত দেখা গৈছে যে তেওঁৰ শ্বাস-প্ৰশ্বাস নলীত এটা ম'ম' আবদ্ধ হৈ পৰে। ম'ম'ৰ ফলত তেওঁৰ শ্বাসৰুদ্ধ হয় আৰু ইয়াৰ ফলত নিউৰ’জেনিক কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ ফলত ব্যক্তিজনৰ মৃত্যু হয়। সেয়ে ম'ম'ক লৈ এইমছৰ বিশেষজ্ঞসকলে পৰামৰ্শ জাৰি কৰাৰ কথা ভাবে। 

এই পৰামৰ্শত কোৱা হৈছে যে ম'ম' মসৃণ আৰু পিছল। সেয়েহে ম'ম' ভালদৰে চোবাই চোবাই খাব লাগে। যদি কোনোবাই ম'ম' ভালদৰে নোচোবাই গিলি দিয়ে তেন্তে তেওঁৰ শ্বাসৰুদ্ধ হ’ব পাৰে। গতিকে নিজৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত এই দিশটোৰ প্ৰতি সদায় বিশেষ যত্ন ল'বলৈ আহ্বান জনালে এমইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ