--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্ক : ‘ৱায়াৰলেছ ফোন আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বতে চমক সৃষ্টি কৰিছিল মাৰ্টিন কুপাৰ। যোৱা ৭০ দশকত মটৰলা ডাইনেটেক ৬০০০এক্সৰ পৰা আৰম্ভ হোৱা যাত্ৰাই আজিৰ পৃথিৱীখন সলনি কৰি পেলাইছে। সেই মোবাইল ফোনৰ অন্যতম সৃষ্টিকৰ্তা স্বয়ং মাৰ্টিন কুপাৰে দিনটোৰ ৫ শতাংশতকৈও কম সময়হে স্মাৰ্টফোন ব্যৱহাৰ কৰে। তেওঁ কয়, ‘জীৱন উপভোগ কৰিবলৈ হলে মোবাইল ফোনৰ ব্যৱহাৰ কমাই দিয়ক’। শেহতীয়াকৈ বি বি চিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাৰ্টিনে এইদৰে কয়।

 ১৯৮৩ চনৰ ৩ এপ্ৰিলত মাৰ্টিনে প্ৰথমটো মোবাইল ফোন আৱিষ্কাৰ কৰে। সেইদিনা স্মৰণ কৰি তেওঁ কৈছিল, ‘ফোনটোৰ ওজন আছিল ডেৰ-দুই পাউণ্ড।’ আৰু ১০ ইঞ্চি দীঘল। এবাৰ চাৰ্জ কৰিলে ২৫ মিনিট কথা পাতিব পাৰিছিল। চাৰ্জ কৰিবলৈ ১০ ঘণ্টা সময় লাগিছিল।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র