--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : মোদীৰ কেন্দ্ৰীয় কেবিনেটত স্থান লাভ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ সোণোৱালক বন্দৰ, জাহাজ, আয়ুস দপ্তৰৰ দায়িত্ব প্ৰদান কৰা হয়৷ মোদীৰ মন্ত্ৰীসভাত এইবাৰ উত্তৰ-পূবৰ ৫জনক দায়িত্ব প্ৰদান কৰা হয়৷

আনহাতে ৰামেশ্বৰ তেলীৰ দপ্তৰ সলনি হয় এই মন্ত্ৰীসভাত৷ পেট্ৰ’লিয়াম-প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী তেলী৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লৈছিল সোণোৱালে৷ মোদী মন্ত্ৰীসভাৰ নতুন সম্প্ৰসাৰণত ৩৬ গৰাকী নতুন মুখ৷ বুধবাৰে শপত গ্ৰহণ কৰে মুঠ ৪৩ গৰাকীয়ে মন্ত্ৰীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক