--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : মোদী মন্ত্ৰীসভাৰ ব্যাপক ৰদবদল৷ এইবাৰ উত্তৰ-পূবক বিশেষ গুৰুত্ব মোদীৰ কেবিনেটত৷ মোদীৰ মন্ত্ৰীসভাত উত্তৰ-পূবৰ পৰা ৫জন মন্ত্ৰীয়ে স্থান পায়৷ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ প্ৰতিভা ভৌমিক কেন্দ্ৰীয় মন্ত্ৰীত্ব প্ৰদান৷
ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা আৰু দক্ষতা বিকাশৰ দায়িত্ব প্ৰদান৷ জ্যোতিৰাদিত্য সিন্ধিয়াক অসামৰিক বিমান পৰিবহণ দপ্তৰ৷ নতুন মন্ত্ৰী অশ্বিনী বৈষ্ণৱক ৰে’ল বিভাগৰ দায়িত্ব৷ কিৰেণ ৰিজিজুক আইন আৰু ন্যায় দপ্তৰ৷ মনসুখ মন্দাভিয়া স্বাস্থ্য আৰু পৰিয়ালক কল্যাণৰ দায়িত্ব৷ নতুন বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱ৷ ড’নাৰ মন্ত্ৰালয়ৰ দায়িত্ব প্ৰদান কৰে জি কিষান ৰেড্ডীক৷ অনুৰাগ সিং ঠাকুৰক তথ্য আৰু সম্প্ৰচাৰ, ক্ৰীড়া দপ্তৰ৷ মীনাক্ষী লেখি বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী৷ মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিঙকো বিদেশ দপ্তৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ