--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজি সন্ধিয়া মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটিব৷ সন্ধিয়া ৬ বজাত ৰাষ্ট্রপতি ভৱনত হ’ব শপতগ্ৰহণ৷ মোদীৰ দ্বিতীয় কাৰ্যকালৰ আজি হ'ব প্ৰথমটো সম্প্ৰসাৰণ৷ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও৷ শপতগ্ৰহণ অনুষ্ঠানত থাকিব মাথোঁ ১২০জন লোক৷ মন্ত্ৰীসভাৰ সম্ভাব্য জ্যোতিৰাদিত্য সিন্ধিয়া, নাৰায়ণ ৰাণে, অনুপ্ৰিয়া পেটেল, ৰীতা বহুগণা যোশী, বৰুণ গান্ধী, বৈজয়ন্ত পাণ্ডা, সুশীল মোদী, মণিপুৰৰ আৰ কে ৰঞ্জন সিং আদি৷ মন্ত্ৰীসভাৰ পৰা বাদ পৰিব ৪জন নেতা৷ এতিয়াও নিশ্চিত হোৱা নাই সৰ্বানন্দ সোণোৱালৰ দপ্তৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ