--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি ‘আছু’ৰ ৰাজ্যজুৰি ক’লা দিৱস পালন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ক’লা দিৱস৷ উল্লেখ্য যে, শুকুৰবাৰে ‘আছু’ৱে ৰাজ্যৰ বিভিন্ন ঠাইত ৰূপায়ণ কৰিছিল জোঁৰ সমদলৰ কাৰ্যসূচী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

আৰু পঢ়িব পাৰিব : শিৱসাগৰত মোদী : ভূমিপট্টা প্ৰদান, দিলে উন্নয়নৰো খতিয়ান

'কা' বাতিল আৰু অসমচুক্তি ৬নং দফা ৰূপায়ণৰ দাবীত এই প্ৰতিবাদ কৰিছিল ছাত্ৰ সন্থাই । হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদমুখৰ হৈ পৰিছিল ৰাজ্যৰ ভিন্ন প্ৰান্ত৷ আনহাতে ‘আছু’ৰ এই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ হেঁচাও প্ৰদান কৰিছিল আৰক্ষী তথা প্ৰশাসনে ।

আৰু পঢ়িব পাৰিব : ভয়ংকৰ ষড়যন্ত্ৰ! কৃষকৰ আন্দোলন ৰক্তাক্ত কৰাৰ বাবে সাজু দুষ্কৃতিকাৰী

অসমীয়া জাতিক প্ৰতাৰণা কৰাৰ দাবীত ৰাজ্যজুৰি শুকুৰবাৰে এনেদৰে হঠাত জ্বলি উঠে ক্ষোভৰ জুই৷ আজিও মোদী-অমিতৰ আগমনত আছুৰ ক'লা দিৱস পালন কৰা হয়৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত ‘আছু’ৱে পালন কৰে ক'লা দিৱস৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ