--°C
Loading...
Listen to Article
2 min read
80%

ছত্তীশগড় : “মই মোৰ দেউতাক বহুত ভাল পাওঁ! প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক”- দেউতাকক বিচাৰি এজনী কণমানিয়ে কান্দি কান্দি কৰযোৰে হাতজোৰ কৰিছে৷ উল্লেখ্য যে, ৩ এপ্ৰিলত ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষ হৈছিল নিৰাপত্তাৰক্ষীৰ৷

আৰু পঢ়িব পাৰিব :ব্যক্তিগত বাহনত অকলে থাকিলেও মাস্ক পিন্ধাটো বাধ্যতামূলক!

এই দুইপক্ষৰ সংঘৰ্ষত নিহত হৈছিল ২২গৰাকীকৈ নিৰাপত্তাৰক্ষী আৰু তাৰ মাজতেই ছত্তীশগড়ৰ মাওবাদী সংঘৰ্ষত অপহৃত হৈছিল এজন জোৱান৷ নিৰাপত্তাৰক্ষীৰ জোৱান ৰাকেশ্বৰ সিং হৈছিল অপহৃত৷ মাওবাদীয়ে প্ৰকাশ কৰিছে জোৱানজনৰ ফটো৷ জোৱানজন বৰ্তমান সুৰক্ষিত বুলিও জনাইছে মাওবাদীয়ে৷ জোৱানজনক উদ্ধাৰৰ বাবে মধ্যস্থতাকাৰী হৈছে ছোনী চাহি৷

আৰু পঢ়িব পাৰিব :শিখা শৰ্মাক দলবদ্ধ ধর্ষণ কৰাৰ ভাবুকি দিয়া বিজেপিৰ কৰ্মীক কিয় গ্ৰেপ্তাৰ কৰা নহ’লঃ ৰিপুন বৰা

মাওবাদীলৈ কাতৰ আহ্বান ৰাকেশ্বৰ সিঙৰ কন্যাৰ ‘মই মোৰ দেউতাক বহুত ভাল পাওঁ৷ প্লিজ মাওবাদী আংক’ল মোৰ দেউতাক ঘৰলৈ সুকলমে পঠাই দিয়ক৷ পাপাৰ পৰীজনীয়ে পাপাক মনত পেলাই কান্দিছে৷ ’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ