--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মঙলবাৰে সমষ্টিটোৰ ৬১ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰবিলাত তেওঁ ৭ কোটি টকা ব্যয়সাপেক্ষ ১১ টা পথৰ আধাৰশিলা স্থাপন কৰে।

ডিজিটেল ডেস্ক: নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বৰক্ষেত্ৰীত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে জি এম ডি এ-ৰ অধ্যক্ষ নাৰায়ণ ডেকাই।


মঙলবাৰে সমষ্টিটোৰ ৬১ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰবিলাত তেওঁ ৭ কোটি টকা ব্যয়সাপেক্ষ ১১ টা পথৰ আধাৰশিলা স্থাপন কৰে।


উক্ত সভাতে ডেকাই এক বিশেষ ঘোষণা কৰি কয় যে, যিটো নিৰ্বাচনী বুথৰ পৰা বিজেপিয়ে সৰ্বাধিক ভোট লাভ কৰিব, সেই নিৰ্দিষ্ট বুথটোক উন্নয়নৰ বাবে ৫ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব। আনহাতে, একেদিনাই দাহুদি গাঁৱত আয়োজিত এক অনুষ্ঠানত প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে নাৰায়ণ ডেকাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। 


এই যোগদান কাৰ্যসূচীত বিজেপি নেতা ৰাজু ডেকা, বুদ্ধদেৱ দাস আৰু মিন্তু দত্তকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ