--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতে গঢ়িলে এক ব্যতিক্ৰমী অভিলেখ৷ ২০২১ৰ ১ জানুৱাৰীৰ দিনটোত জন্ম পালে মুঠ ৬০ হাজাৰকৈ শিশু ৷ ইয়াৰ উপৰি সমগ্ৰ বিশ্বজুৰি ১ জানুৱাৰীত জন্ম হ’ল প্ৰায় ৩ লাখ ৭১ হাজাৰ ৫০৪টা শিশু৷ ইউনিচেফে কৰা সমীক্ষাত শিশুৰ জন্মৰ এই তথ্যৰাজি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : কবৰ খান্দি পুত্ৰৰ মৃতদেহলৈ অপেক্ষা এগৰাকী দুৰ্ভগীয়া পিতৃৰ…

উল্লেখ্য যে বিশ্বৰ ভিতৰত ১ জানুৱাৰীত ভাৰততে সৰ্বাধিক শিশুৰ জন্ম হোৱাৰ তথ্য লাভ কৰা হৈছে৷ ভাৰতৰ পাছতে সৰ্বাধিক শিশু জন্ম হৈছে চীনত৷ বিশেষ দিনটোত ভাৰতত ৫৯,৯৯৫টা শিশু, চীনত জন্ম হয় ৩৬ হাজাৰ ৬১৫টা শিশু৷ প্ৰথম ১০খন তালিকাভুক্ত দেশৰ ভিতৰত নাইজেৰিয়া, পাকিস্তান, ইণ্ডোনেছিয়াও আছে৷

আৰু পঢ়িব পাৰিব : অসবৰ্ণ বিবাহেই কাল হ’ল ২৩ বছৰীয়া নীৰজৰ

ইউনিচেফে ২০২১ চনটো শিশুৰ বাবে ৭৫সংখ্যক বৰ্ষৰ নতুন সম্ভাৱনাময় পৃথিৱী গঢ়ি তোলাৰ বাবে উৎসৰ্গা কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ