--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানে মুকলি কৰি দিলে দহজনকৈ চীনৰ চোৰাংচোৱাক। ১০ ডিচেম্বৰত কাবুলত এই চোৰাংচোৱা কেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল। দেশখনৰ ৰাজধানী মহানগৰখনত এটা সন্ত্ৰাসবাদী গোট চলোৱাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আফগানিস্তানৰ নেচনেল ডিৰেক্টৰেট অব ছিকিউৰিটী (এনডিএছ)এ।

আৰু পঢ়িব পাৰিব : বিদ্যালয়ত উপস্থিত থাকিলে ছাত্ৰীসকলে দিনে পাব ১০০ টকাকৈ!

কিন্তু বিষয়টোৰ সৈতে জড়িত এক সূত্ৰই সোমবাৰে প্ৰকাশ কৰে যে, এই দহজন চীনা নাগৰিকক আফগানিস্তান এৰাৰ অনুমতি দিয়া হৈছে। চীনা চৰকাৰে ব্যৱস্থা কৰি দিয়া এখন বিমানেৰে চোৰাংচোৱাগিৰিৰ অভিযোগত অভিযুক্ত লোককেইজনে আফগানিস্তান এৰে। এক গুৰুতৰ চোৰাংচোৱাগিৰি চলোৱাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। আফগানিস্তানে এইসকল চীনৰ নাগৰিকক চৰ্তসাপেক্ষে ক্ষমাদান কৰে।

আৰু পঢ়িব পাৰিব : প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যা! এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত

দেশখনত চীনে এগৰাকী মহিলাকে ধৰি দহজনকৈ চোৰাংচোৱাক নিয়োগ কৰাৰ বাবে বেইজিঙে ক্ষমা বিচৰাৰ চৰ্ত আৰোপ কৰা হৈছে। চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে এইসকল লোকৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে লোককেইজন আৰু তেওঁলোকক মুকলি কৰি দিয়াৰ সবিশেষ জানিবপৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ