--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৭তাৰিখে অন্তিমবাৰৰ বাবে বৃদ্ধি পাইছিল পেট্ৰ’ল-ডিজেলৰ দাম।পাঁচখন ৰাজ্যৰ বিধানসবা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলক দাম। বিগত দুমাহতকৈ অধিকাংশ সময় অপৰিৱৰ্তিত আছিল পেট্ৰ’ল-ডিজেলৰ দাম।

আৰু পঢ়িব পাৰিব : বিল গেটছ, মেলিণ্ডাৰ ২৭ বছৰীয়া যুগ্ম জীৱনৰ অৱসান


২৭ ফেব্ৰুৱাৰীৰপৰা মুঠ ৪বাৰ তেলৰ দাম হ্ৰাস পাইছিল। সাংখ্যিক গণনাত ৪বাৰকৈ তেলৰ দাম হ্ৰাস পালেও কিন্তু হ্ৰাস হোৱা নাছিল ১ টকাও। এতিয়া পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম। নতুন দিল্লীত আজি পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ১৫পইচাকৈ আৰু ডিজেলত ১৮পইচাকৈ বৃদ্ধি পাইছে।

আৰু পঢ়িব পাৰিব : দেশলৈ ওভতাত নিষেধাজ্ঞা : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ তাৰকাৰ


এতিয়া নতুন দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত ৯০টকা ৫৫পইচা হৈছে। ডিজেল প্ৰতি লিটাৰত ৮০টকা ৯১পইচা হৈছে।মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৬টকা ৯৫পইচা আৰু ডিজেল প্ৰতি লিটাৰত ৮৭টকা ৯৮পইচা আৰু চেন্নাইত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৯২টকা ৫৫পইচা হৈছে। ডিজেল প্ৰতি লিটাৰৰ দাম হৈছে ৮৫টকা ৯০পইচা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ