--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ তালিবানে আফগানিস্তান দখল কৰাৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত আশ্ৰয় লৈছে আফগানসকলে। শেহতীয়াকৈ নতুন দিল্লীত হাজাৰ হাজাৰ আফগান শৰনাৰ্থীয়ে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। নাম পঞ্জীয়নক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আফগান সকলে। উল্লেখ্য যে, একেৰাহে ৬ দিন ধৰি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি আহিছে আফগান শৰনাৰ্থীসকলে।

দুটা দশকৰ পাছত, দেশখনৰ শক্তি আকৌ এবাৰ তালিবানী সংগঠনটোৰ হাতলৈ যোৱাৰ লগে লগে বহুতো নাগৰিকে আতংকিত হৈ আফগানিস্তান ত্যাগ কৰিছিল। জানিবলৈ পোৱা মতে ২১ হাজাৰ আফগানে সম্প্ৰতি ভাৰতত আশ্ৰয় লৈছে। কিন্তু তেওঁলোকৰ মাত্ৰ এক-তৃতীয়াংশ শৰণাৰ্থীয়েহে ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত শৰণাৰ্থী হিচাপে নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে। ইয়াকে কেন্দ্ৰ কৰি তীব্ৰ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত কেনে গুৰুত্ব প্ৰকাশ কৰে সেয়াহে হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক