--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নতুন দিল্লীত অসম মিজোৰামৰ সীমা সমস্যা সম্পৰ্কত আজি হোৱা বৈঠকৰ অন্ত পৰে৷ দিনজোৰা দুটা পয্যায়ৰ আলোচনাৰ অন্তত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় "অসমে নিজৰ ভৌগলিক অখণ্ডতাৰ লগত আপোচ নকৰে৷ মিজোৰামৰ তৰফৰ পৰা হোৱা বেদখল তেঁওলোকে এৰিব লাগিব৷"

লগতে কয় বৈঠকত দুয়োপক্ষ সহমতত উপনীত হৈছে যদিও মিজোৰামে চুক্তিৰ বাবে কিছু সময় বিছাৰিছে ৷

ইপিনে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সীমা সমস্যাৰ বিষয়টো উচ্চতম ন্যায়ালয়ত আছে৷ আজিৰ আলোচনাত দুয়োখন ৰাজ্যৰ মুখ্যসচিব, আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিষয়া পৰ্যায়ৰ বৈঠক প্ৰথম পৰ্যায়ত হয় ৷ ২য় পৰ্যায়ৰ বৈঠক কেন্দ্ৰীয় গৃহসচিৱ পৰ্যায়ত অনুষ্ঠিত হয় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ