--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই : কৰ'নাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ নহাৰ বাবে তামিলনাডু চৰকাৰে বৃদ্ধি কৰিছে লকডাউন৷ ১৯ জুলাইলৈ বৃদ্ধি হোৱা লকডাউনত অৱশ্যে কিছু কিছু ক্ষেত্ৰত শিথিলতা আনিছে৷ ৰেস্তোৰাঁ, হোটেল, চাহ দোকান, পদপথৰ সৰু দোকান-পোহাৰসমূহ নিশা ৯ বজালৈ খোলা ৰাখিব পাৰিব যদিও ৫০শতাংশ লোকৰহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে৷

তদুপৰি, এই স্থানসমূহত ক’ভিড নীতি-নিৰ্দেশনা মানি চলি ছেনিটাইজ কৰি সামাজিক দূৰত্ব মানি চলিব লাগিব৷ লগতে এয়াৰ কণ্ডিচন কোঠাসমূহৰ দুৱাৰ খিৰিকী খুলি ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷ তদুপৰি, কোনো বিবাহ কাৰ্যসূচীত কেৱল ৫০জন লোকহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু মৃতকৰ সৎকাৰত কেৱল ২০জন লোক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে৷

শিক্ষানুষ্ঠান, বাৰ, থিয়েটাৰ, ছুইমিং পুল, আৰু চিৰিয়াখানা বন্ধ থকাৰ লগতে সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰ্যসূচীও বন্ধ থাকিব বুলি ঘোষণা৷ ৰাজ্যখনত আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ থাকিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ