--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া অলিম্পিক গেমছৰ বতৰ। ফ্ৰান্সৰ ৰাজধানী পেৰিছত চলি আছে অলিম্পিক গেমছ। ভাৰতে এই পৰ্যন্ত পেৰিছ অলিম্পিকত ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। সোণৰ পদকৰ বাবে ভাৰতৰ আটাইতকৈ ডাঙৰ ভৰসা হৈ পৰিছে গল্ডেন বয় নীৰজ চোপ্ৰা। প্ৰতিজন ভাৰতীয়ই তেওঁৰ পৰা বহুত আশা কৰি আছে। 

ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক আজি (৬ আগষ্ট) পেৰিছ অলিম্পিক ২০২৪ত একচনত দেখা যাব। টকিঅ'ৰ দৰেই এইবাৰো সোণৰ পদক লাভৰ বাবে সমগ্ৰ দেশে আশা কৰি আছে।

অৱশ্যে আজি তেওঁৰ এয়া অৰ্হতা ৰাউণ্ডহে। আজি বিয়লি ৩.২০ বজাত গ্ৰুপ বিত কোৱালিফিকেচন মেচত অৱতীৰ্ণ হ’ব নীৰজ। 

আনহাতে গ্ৰুপ এত কোৱালিফিকেচন মেচত দুপৰীয়া ১.৫০ বজাত অৱতীৰ্ণ হ’ব ভাৰতৰ কিশোৰ জেনা।

ইয়াৰ বাহিৰেও নীৰজ আৰু কিশোৰে যোগ্যতা অৰ্জন কৰিবলৈ কিমান দূৰলৈ জেভলিন নিক্ষেপ কৰিব লাগিব?

দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে পুৰুষৰ জেভলিন নিক্ষেপত অৰ্হতা লাভ কৰি নিজৰ অভিযান আৰম্ভ কৰিব আৰু ফাইনেলত প্ৰৱেশৰ বাবে চেষ্টা কৰিব। 

৮৪ মিটাৰ যোগ্যতা চিহ্ন (Q) অতিক্ৰম কৰা খেলুৱৈগৰাকীয়ে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব বা ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে শীৰ্ষ ১২ ৰ ভিতৰত থকাটো প্ৰয়োজনীয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement