--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেমে নামানে কোনো পৰিধি, সকলো সম্পৰ্কৰ ঊৰ্ধ্বত প্ৰেমৰ সম্পৰ্ক। ক'ত, কেতিয়া, কেনেকৈ প্ৰেমত পৰি যায় আপুনি গমকেই নাপাব! প্ৰেম গৈ এইবাৰ সোমাল অনলাইন লুডুত! অনলাইন গেমৰ অচিলা লৈ প্ৰেমৰ গেম খেলি দিলে দেওৰেকে! ঘটনা ৰাজস্থানৰ যোধপুৰৰ। প্ৰাপ্ত তথ্য অনুসৰি নীতু নামৰ এগৰাকী বিবাহিতা মহিলাই মোবাইলত দেওৰেক প্ৰৱীণৰ সৈতে অনলাইন লুডু খেলা আৰম্ভ কৰিছিল।

পিছলৈ খেলৰ মাধ্যমেৰেই তেওঁলোকৰ একাত্মতা বাঢ়ি যায় আৰু পৰস্পৰৰ প্ৰতি মোহাচ্ছন্ন হৈ পৰে। লাহে লাহে সম্পৰ্ক গাঢ় হোৱাত দুয়ো ঘৰৰ পৰা পলাই গৈ একেলগে ভাড়াঘৰত থাকিবলৈ লয়। প্ৰেমত মগন বৌৱেক-দেওৰেকে সিদ্ধান্ত লয় বিয়া পতাৰ। পিছে এইবাৰ কেনা লাগিল বৌৱেকৰ! বিয়াৰ দিন ওচৰ চাপি অহাত হঠাৎ অন্তৰ্ধান হ'ল প্ৰৱীণ। লগে লগে আৰক্ষীৰ ওচৰ চাপে নীতু। প্ৰৱীণৰ পৰিয়ালে তেওঁক অন্তৰ্ধান হ'বলৈ বাধ্য কৰোঁৱা বুলিও অভিযোগ উত্থাপন কৰে নীতুৱে। আৰক্ষীয়ে জনোৱামতে স্বামীৰ সৈতেও সম্পৰ্ক ঠিক নহয় নীতুৰ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক