--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে বাংলাদেশত চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থা সংস্কাৰ কৰিবলৈ অনুৰোধ জনাইছে। উচ্চ ন্যায়ালয়ৰ ৰায় খাৰিজ কৰা হয়। আদালতৰ ৰায়দান কোটা সংস্কাৰৰ পক্ষত আছিল। বাংলাদেশৰ উচ্চতম ন্যায়ালয়েও সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ কেনেদৰে হ’ব তাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মাত্ৰ ৭ শতাংশ আসনহে সংৰক্ষিত হ’ব বুলি কোৱা হৈছে। বাকী ৯৩ শতাংশ আসন যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব।

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সেই দেশৰ স্বাধীনতা সংগ্ৰামীৰ সন্তানে চৰকাৰী চাকৰিত সংৰক্ষণ পাব। কিন্তু তেওঁলোকে আগৰ দৰে ৩০ শতাংশ ৰিজাৰ্ভচন পোৱা নাই। স্বাধীনতা সংগ্ৰামী সংৰক্ষিত ৩০ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস। অৰ্থাৎ এতিয়াৰ পৰা মাত্ৰ পাঁচ শতাংশ আসনহে চৰকাৰী চাকৰিত স্বাধীনতা সংগ্ৰামীৰ সন্তানৰ বাবে সংৰক্ষিত হ’ব।

সাত শতাংশৰ ভিতৰত বাকী দুশতাংশ অন্য শ্ৰেণীৰ বাবে সংৰক্ষিত। পিছপৰা শ্ৰেণীয়ে লাভ কৰিছে এক শতাংশ কোটা। ইয়াৰ উপৰিও বাকী থকা এক শতাংশ কোটা সুবিধা দিব্যাংগ আৰু তৃতীয় লিংগ নাগৰিকক দিয়া হ’ব।

শুনানিৰ সময়ত চৰকাৰৰ অধিবক্তাই আদালতত কয় যে ২০১৮ চনত সংৰক্ষণ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা নীতিগত সিদ্ধান্তত আদালতে হস্তক্ষেপ কৰিব নোৱাৰে। উচ্চ ন্যায়ালয়ৰ ৰায়ক ‘আত্মবিৰোধী’ বুলিও উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক