--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত দিল্লীত অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক৷ দুয়োখন ৰাজ্যৰ মুখ্য সচিবক দিল্লীলৈ তলব কৰা হৈছে৷ গৃহ-মন্ত্ৰণালয়ত অনুষ্ঠিত হৈছে এই বৈঠক৷ বৈঠকত উপস্থিত থাকে অসম-মিজোৰামৰ দুয়োগৰাকী আৰক্ষী সঞ্চালক প্ৰধান৷

দিনৰ ১০.৩০ বজাৰ পৰা দিল্লীত অনুষ্ঠিত হৈছে এই বৈঠক৷ মিজোৰামৰ মুখ্য সচিবৰ উপস্থিতত অনুষ্ঠিত হৈছিল প্ৰথমখন বৈঠক৷ আনহাতে ৪ বজাত অনুষ্ঠিত হ'ব দ্বিতীয়খন গুৰুত্বপূৰ্ণ বৈঠক৷ অসমৰ মুখ্যসচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত থাকিব বৈঠকখনত৷

সীমান্তৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ সীমান্তৰ সমস্যাৰ বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান শৰ্মাৰ৷ ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে কেন্দ্ৰই৷ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ অপ-ব্যাখ্যা হোৱা বুলি মন্তব্য কৰে তেওঁ৷ কংগ্ৰেছকো কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ