--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসমত মাৰাথন প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নিৰ্বাচনৰ পূৰ্বে কেইবাখনো প্ৰচাৰ সভাত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ অহা ১৮মাৰ্চত বদৰপুৰত অংশ ল’ব নিৰ্বাচনী সভাত, ২০ মাৰ্চত চাবুৱাত, ২১ মাৰ্চত বোকাখাতৰ জনসভাত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে৷

আৰু পঢ়িব পাৰিব : সেনাৰ নৃশংসতা : শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত প্ৰয়োগ যুদ্ধাস্ত্ৰ

ইপিনে, ছিপাঝাৰতো জনসভাত অংশ লোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰতিৰক্ষামন্ত্ৰী, গৃহমন্ত্ৰীসহ কেইবাজনো বিজেপিৰ শীৰ্ষ মন্ত্ৰী তথা নেতা৷ উল্লেখ্য যে ১৪ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ তেওঁ একেদিনাই অংশ ল’ব ৩খনকৈ জনসভাত৷ বিশ্বনাথ, গহপুৰ, দেৰগাঁৱত ৰাজনাথ সিঙে অংশ ল’ব জনসভাত৷

আৰু পঢ়িব পাৰিব : পশ্চিমবংগৰ নিৰ্বাচনত জেএনইউৰ হিংসাৰ বলি ঐশী ঘোষ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে মাৰাথন প্ৰচাৰ চলাবলৈ পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহো৷ তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ভালেকেইজন শীৰ্ষ বিজেপি নেতাই অসমত নিৰ্বাচনী প্ৰচাৰ চলাব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ