--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে কৃষক নেতা অখিল গগৈয়ে মনোনয়ন দিছিল যদিও এটা সমষ্টিত হে নিৰ্বাচনত নামিব বুলি জানিবলৈ দিয়ে৷ মৰিয়নি সমষ্টিত নিৰ্বাচন নেখেলে অখিল গগৈয়ে৷

আৰু পঢ়িব পাৰিব : ছোৱালীয়ে পেণ্ট-স্কাৰ্ট পিন্ধিলেই কৰা হ’ব এঘৰীয়া

ইতিমধ্যে মৰিয়নিত দাখিল কৰাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিলে অখিল গগৈয়ে৷ কেৱল শিৱসাগৰ সমষ্টিত হে প্ৰতিদ্বন্দ্বিতা কৰিব গগৈয়ে৷ কাৰাৰুদ্ধ অখিল গগৈয়ে শিৱসাগৰ আৰু মৰিয়নিৰ দুটাকৈ সমষ্টিৰ পৰা আগবঢ়াইছিল মনোনয়ন পত্ৰ৷

আৰু পঢ়িব পাৰিব : নতুন ভূমিকাত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ঘোষণা কৰিলে ৰাইজৰ দলৰ নেতৃত্বই৷ অৱশ্যে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ সৈতে কঠিন পৰীক্ষা হ'ব কাৰাৰুদ্ধ অখিল গগৈৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি