--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰ’- এই দাবী কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যৰ৷ আজি ‘ৰাজীৱ ভৱন’ত অনুষ্ঠিত এক সংবাদমেলত মহাজোঁটৰ প্ৰশংসাত পঞ্চমুখ হয় মুখপাত্ৰগৰাকী৷

আৰু পঢ়িব পাৰিব :সুৰক্ষিত নহয় বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত তথ্যও! পঢ়ক সবিশেষ

'কংগ্ৰেছৰ চৰকাৰ হ’ব অসমত, মহাজোঁটে লাভ কৰিব নিৰংকুশ সংখ্যাগৰিষ্ঠতা'- বুলি দাবী তেওঁৰ৷ ‘জনবিৰোধী বিজেপিৰ বিৰুদ্ধে ৰাইজে মতদান কৰিছে’- বুলি মন্তব্য তেওঁৰ৷

আৰু পঢ়িব পাৰিব :কপিলী নৈত সন্ধানহীন হোৱা দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ

আনহাতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভতো তেওঁ মন্তব্য আগবঢ়ায়৷ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া নিশ্চিত হোৱা নাই৷ আনহাতে ১৯% লোকে সোণোৱালক মুখ্যমন্ত্ৰীৰূপে বিচৰাটো লক্ষ্যণীয় বুলিও মন্তব্য তেওঁৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ