--°C
Loading...
Listen to Article
2 min read
80%

লাহৰীঘাটঃ দেশত কৰ’না মহামাৰীয়ে সংহাৰৰ সৃষ্টি কৰিছে। বিশ্বজুৰি চলা মৃত্যুৰ কিৰিলিত শোকস্তব্ধ জনতা! মৃতকৰ পৰিয়ালক সমবেদনা জনোৱাৰ বাদে জনতাৰ হাতত অন্য আৰু উপাই নাই। কিন্তু এনে সময়তে কৰ’নাক্ৰান্ত হৈ মৃত্যু হোৱা সাংবাদিকক লৈয়ো ফেচবুকত জঘন্য মন্তব্য ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ।

আৰু পঢ়িব পাৰিব কৰ’নাক্ৰান্ত হৈ সংগীতশিল্পী-অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ মৃত্যু

কৰ’নাত আক্ৰান্ত হৈ সাংবাদিকৰ মৃত্যু হোৱা বতৰাই আমিনুলৰ অন্তৰত দিছে হেনো আনন্দ। কৰ’নাত সাংবাদিক মৃত্যু হোৱাৰ কাৰণ বিছাৰি পাইছে আমিনুল ইছলামে।

আৰু পঢ়িব পাৰিব ‘আপোনাৰ ভৰিত ধৰিছোঁ, মোৰ মাক বচাওক…’ ৰাজপথত কাৰ বিননি?

বিগত বৰ্ষত তবলিগ জামাতী, আলিম উলেমাক সাংবাদিক আৰু এংকৰে বেয়া মন্তব্য কৰিছিল আৰু তাৰ পাপৰ ফলতে এইবাৰ সাংবাদিকগৰাকীৰ মৃত্যু ঘটিছে বুলি মন্তব্য বিধায়কগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ