--°C
Loading...
Listen to Article
2 min read
80%

ব্ৰিটেইনঃ ২১ বছৰীয়া এগৰাকী মহিলাই সন্তান জন্মৰে ৰছিলে  ইতিহাস। ঘটনাটো সংঘটিত হৈছে ব্ৰিটেইনৰ অক্সফৰ্ড চহৰত। অক্সফৰ্ড চহৰৰ এখন চিকিংসালয়ত ব্ৰিটেইনৰ ২১বছৰীয়া মহিলাগৰাকীয়ে জন্ম দিয়া কন্যা সন্তানটিৰ ওজন প্ৰায় ৬কিঃগ্ৰাঃ। নৱজাতকৰ ওজন দেখি হতবাক চিকিংসক। চিকিৎসকসকলে গৰ্ভৱতী মহিলাগৰাকীৰ পেটত যমজ সন্তান থকা বুলি প্ৰথমে ভাবিছিল যদিও সন্তান প্ৰসৱ হোৱাৰ পাছত ভুল ভাঙে চিকিৎসকৰ।

আৰু পঢ়িব পাৰিব :   হোজাইৰ শংকৰদেৱ নগৰত সাংবাদিকক আক্ৰমণ

‘ডেইলী মেইল’ত প্ৰকাশিত বাতৰি অনুসৰি, সদ্যোজাত শিশুটিৰ ওজন আছিল ১৩ পাউণ্ড অৰ্থাং ৬ কিঃগ্ৰাঃৰ ওচৰা ওচৰি। এই নৱজাতকৰ জন্মই গঢি়লে বিশ্বৰেকৰ্ড। কাৰণ, ইমান বেছি ওজনৰ নৱজাতকৰ জন্ম ইয়াৰ পূৰ্বে মাত্ৰ এবাৰ হৈছে। ২০১২ চনত ব্ৰিটেইনৰে এগৰাকী মহিলাই প্ৰায় চাৰে ৬ কিঃগ্ৰাঃ ওজনৰ নৱজাতক জন্ম দি গঢি়ছিল অভিলেখ।

আৰু পঢ়িব পাৰিব :  তামলিনাডুত থকাসৰকা বিজেপিঃবিশাল জয়ৰ দিশে ডিএমকে-কংগ্ৰেছ জোঁট

চিকিৎসকে সদৰী কৰা অনুসৰি, নৱজাতকৰ লগতে সন্তানৰ মাতৃ বৰ্তমান সুস্থ আৰু তেওঁলোকৰ শাৰীৰিক কোনো অসুবিধাই দেখা দিয়া নাই। চিকিৎসকে এই তথ্য ৰাজহুৱা কৰাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই খবৰ। সামাজিক মাধ্যমত মাতৃ-সন্তানৰ সুস্বাস্থ্য কামনা বিশ্ববাসীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ