--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আক্ৰান্ত হৈছে ডেংগু ৰোগত। এই কথা সদৰী কৰিছে এইমছৰ চিকিৎসা বিষয়াই। প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ নীতিশ নায়কৰ নিৰ্দেশনাত চিকিৎসকৰ এটা দলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অনবৰতে নজৰত ৰাখি চিকিৎসা কৰি আছে। মনমোহন সিং তিনিদিন পূৰ্বে জ্বৰত আক্ৰান্ত হৈছিল আৰু তেওঁৰ শৰীৰ দুৰ্বল হৈ গৈছিল। সেয়ে তেওঁক ততাতৈয়াকৈ এইমছত ভৰ্তি কৰায় পৰিয়ালৰ লোকে।

এইমছৰ এজন চিকিৎসকে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্লেটলেট বৃদ্ধি পাইছে আৰু তেওঁ এতিয়া বিপদমুক্ত বুলি ঘোষণা কৰিছে। উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহতো মনমোহন সিং কোভিডত আক্ৰান্ত হৈ এইমছত ভৰ্তি হৈছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে দেশৰ ভিন্ন প্ৰান্তৰ তেওঁৰ গুণমুগ্ধসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক