--°C
Loading...
Listen to Article
2 min read
80%

যোৰহাট : এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে চ'চিয়েল মিডিয়াত প'ষ্ট কৰি গ্ৰেপ্তাৰ হ'ল যোৰহাটৰ যুৱক৷ যুৱকজন হৈছে যোৰহাটৰ পুব বঙালপুখুৰীৰ বাসিন্দা অভিলাষ দত্ত৷ দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে নিজৰ ফেচবুক একাউন্টত প'ষ্ট দিছিল যুৱকজনে৷

যুৱকজন যোৰহাটৰ উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী৷ বিনয় কুমাৰ লিখক নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷

যুৱকজনে নৰেন্দ্ৰ মোদীক ট'ল কৰি দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু পোষ্টটোৰ ওপৰত কিছু অশালীন মন্তব্য দাঙি ধৰিছিল৷ যাৰ ফল স্বৰূপে যুৱকজনৰ ওপৰত গোচৰ ৰুজু হয় আৰু যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ