--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া ফাগুনৰ বতৰ। ফাগুন মানেই প্ৰেমৰো বতৰ। পহিলা ফাগুনৰ দিনাই উদযাপন হয় প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে’ৰ। এই ভেলেণ্টাইন ডে’তেই আমাৰ মাজলৈ আহিল ফাগুনী তুমি৷ এটি মিঠা প্ৰেমৰ গান ফাগুনী তুমি৷ 

মোৰ আৱেগৰ দলিচাত
প্ৰণয়ৰ ৰং সানি
প্ৰেমৰ আঁচলখন
লোৱানা সাৱটি

নাজানো মই তোমাৰ
তুমিনো মোৰ কোন
কেনেকৈ বুজি পাম
তুমি মোৰে আপোন...

অসমীয়া সংগীত জগতত সংযোজন ঘটিল ফাগুনী তুমি শীৰ্ষক শ্ৰুতিমধুৰ গীতটি। গীতটি সজাই পৰাই তুলিছে-

পুৰুষ কণ্ঠশিল্পী : অনুৰাগ প্ৰীতম কাকতি
মহিলা কণ্ঠশিল্পী : নেহা দত্ত
গীতিকাৰ : সোণমণি গোৱালা
সংগীত পৰিচালনা / ব্যৱস্থা : অনুৰাগ প্ৰীতম কাকতি
মিক্স : ঋতুঞ্জয় শইকীয়া(RJS)
মাষ্টাৰ : D.btz
বাঁহী : দাদু ৰাজখোৱা
তবলা আৰু পাৰ্কাচন : পংকজ কলিতা
গীটাৰ : অমৰ জ্যোতি গায়ন
পিয়ানিকা : অনুৰাগ প্ৰীতম কাকতি
ৰেকৰ্ডিং কৰিছে অংকুৰ জ্যোতি বৰাই৷
মাজুলীৰ বংশীগোপাল ষ্টুডিঅ'ত গীতটি বাণীবদ্ধ কৰা হয়।
গীতটিৰ প্ৰযোজনা B.G STUDIOৰ

ফাগুনী তুমিৰ শিল্পকৰ্ম অৰ্পিতা শৰ্মাৰ। এনিমেচন জগদীশ ডেকাৰ।

গীতটি শুনক আৰু প্ৰিয়জনকো শুনাওক। ফাগুনী তুমিক ৰাইজে অতি মৰমৰে আঁকোৱালি ল’ব বুলি গানটোৰ সৈতে জড়িত প্ৰতিজনেই আশাবাদী। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ