--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অলিম্পিকৰ পদক জয় কৰিলে পি ভি সিন্ধুক একেলগে আইচক্ৰীম খোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ব্ৰঞ্জৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা বেডমিন্টন তাৰকা সিন্ধুক দিয়া প্ৰতিশ্ৰুতি মতেই প্ৰধানমন্ত্ৰীৰ সৈতে কন্যাই খাব আইচক্ৰীম৷

এই বিশেষ দিনটোৰ বাবে অধীৰ অপেক্ষা পি ভি সিন্ধুৰ পিতৃৰ৷ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে প্ৰিয় আইচক্ৰীম বাদ দিছিল সিন্ধুই৷ অলিম্পিকগামী দলৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত মোদীৰ দিয়া এই আশ্বাস পূৰ কৰাৰ কথা উল্লেখ কৰে৷

ইপিনে প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাতৰ বাবে যথেষ্ট আগ্ৰহী পি ভি সিন্ধুৰ পিতৃ-মাতৃও৷ কন্যাৰ এই সফলতাত যথেষ্ট গৌৰাম্বাবিত সিন্ধু পিতৃ-মাতৃ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ