--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: মহাৰাষ্ট্ৰৰ এখন ভিতৰুৱা গাঁৱত প'লিঅ'ৰ ড্ৰপ দিয়াৰ নামত চৰম অৱহেলাৰ এক ঘটনা সংঘটিত হৈছে৷ মুম্বাইৰপৰা ৭০০ কিলোমিটাৰ নিলগৰ য়াৱাতমল জিলাৰ এখন গাঁৱত প'লিঅ' ড্ৰপৰ ঠাইত ১২ টি শিশুক ছেনিটাইজাৰ খুওৱাৰ ঘটনা পোহৰলৈ আহিছে৷ শিশুকেইটিক বৰ্তমান এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

আৰু পঢ়িব পাৰিব : বালাকোট আক্ৰমণৰ পাছতে ষড়যন্ত্ৰ বৃদ্ধি পাকিস্তানৰ! লৈছে নতুন কৌশল

অভাৱনীয় ঘটনাটোৰ বাবে ৩ জনকৈ স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিছে স্থানীয় প্ৰশাসনে৷ সৌভাগ্যৰ বিষয় যে ঘটনাটোত ভুক্তভোগী আটাইকেইজন শিশু এই পৰ্যন্ত জটিলভাৱে অসুস্থ হোৱা নাই৷ শিশুকেইটিৰ বয়স ৫ বছৰৰ তলৰ হোৱা বাবে তেওঁলোকক বিশেষ যত্নৰ প্ৰয়োজন হ'ব৷

আৰু পঢ়িব পাৰিব : ভাৰতৰ প্ৰতিষেধক কূটনীতি তুংগত : পাকিস্তানতো ব্যৱহাৰ হ’ব কোভিশ্বিল্ড

উল্লেখ্য যে, ঘটনাটো দেওবাৰে গাঁওখনৰ এটা প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰত ১-৫ বছৰ বয়সৰ শিশুৰ বাবে ৰাষ্ট্ৰীয় পালচ প'লিঅ' প্ৰতিষেধক অভিযানৰ সময়ত সংঘটিত হৈছিল৷ জানিব পৰা মতে প'লিঅ' ড্ৰপৰ ঠাইত ভুলতে ছেনিটাইজাৰ খুওৱাৰ ফলত এজন শিশুৱে বমি আৰু অসহজ অনুভৱ কৰাত বেমেজালিটো পোহৰলৈ আহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ