--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : আজি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে৷ পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ ৪ খন জিলাৰ ৩৫টা সমষ্টিৰ বাবে হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ অষ্টম তথা অন্তিম পৰ্যায়ত ২৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ভোটাৰে৷

আৰু পঢ়িব পাৰিব : আৰক্ষী-আলফাৰ সংঘৰ্ষ ! নিহত আলফা (স্বাঃ)ৰ নেতা…

ক’ভিডৰ সংক্ৰমণৰ মাজতে কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটগ্ৰহনৰ সময়ত ক'ভিড প্ৰট’কল মানি গণতন্ত্ৰৰ উৎসৱত অংশ ল’বলৈ আহ্বান জনায়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণি

চিতলমাৰীৰ ১২৬নং বুথৰ ভোটগ্ৰহণো আজি চলিছে৷ ১০ এপ্ৰিলত হিংসাত্মক পৰিস্থিতিৰ বাবে স্থগিত হৈছিল ১২৬নং বুথৰ নিৰ্বাচন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ