--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ক’ভিড নিগেটিভ ৰিপ’ৰ্ট বা দুপালি ক’ভিড প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ অবিহনে ভোট গননা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব কোনো প্ৰাৰ্থীকে। নিৰ্বাচন আয়োগে আজি এইকথা প্ৰকাশ কৰিছে। ইয়াৰ পূ্ৰ্বে বিজয় উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ কৰিছিল আয়োগে।

আৰু পঢ়িব পাৰিব : ভূমিকম্প : ৰাজ্যত দুজন লোক নিহত, আহত ১৫জন

অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু, পুডুচেৰীত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ভোট গননালৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এই নতুন নিৰ্দেশ জাৰি কৰিছে আয়োগে। প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেণ্টসকলে ৪৮ঘণ্টাতকৈ বেছি পুৰণি নোহোৱা নিগেটিভ আৰটি-পিচিআৰ ৰিপ’ৰ্ট বা ৰেপিড এণ্টিজেন টেষ্টৰ ৰিপ’ৰ্ট নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰিব ভোট গননা কেন্দ্ৰত। বা তেওঁলোকে দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।

আৰু পঢ়িব পাৰিব : ভাৰতীয় প্ৰতিষেধকতে আছে ক’ভিড জয়ৰ মন্ত্ৰ, কি নতুন তথ্যই

ভোট গননাৰ তিনিদিনৰ পূৰ্বে প্ৰাৰ্থীসকলে এজেণ্টৰ তালিকা জমা দিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ